বৃহৎ উপভোক্তা কেইটা ভাগত ভগাব পাৰি আৰু কি কি?

উত্তৰঃবৃহৎ উপভোক্তা চাৰিটা ভাগত ভগাব পাৰি সেইকেইটা হ’ল

১। তৃণভোজী

২। মাংশভোজী

৩। সৰ্ব ভক্ষী

৪। মৃতদেহ আৰু গেলাপচাভোগী