বৰ্মন বংশৰ ৰজাসকলৰ ভূমিদানৰ ফলিৰ পৰা কিহৰ বিষয়ে বৰ্ণনা পোৱা যায়?

উত্তৰঃ- বৰ্মন বংশৰ ৰজাসকলৰ ভূমিদানৰ ফলিৰ পৰা নৰকৰ পিতৃ-মাতৃ পৰিচয়, ৰাজ্য বিজয়, ৰাজত্বকালৰ ইতিহাস, তেওঁৰ উত্তৰাধিকাৰীসকলৰ বিষয়ে বৰ্ণনা পোৱা যায়।