ভক্তি পৰম্পৰাৰ ইতিহাসত কোন আটাইতকৈ বেছি বিখ্যাত মহিলা কবি আছিল ?

উত্তৰঃ- ভক্তি পৰম্পৰাৰ ইতিহাসত মীৰা বাইয়েই আটাইতকৈ বেছি বিখ্যাত মহিলা কবি আছিল ।