মানৱ আচৰণৰ ভিত্তি দিশ | অধ্যায় ৬ | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 6 Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Lesson 6 Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

মানৱ আচৰণৰ ভিত্তি আৰু দিশ

।। প্ৰশ্নাৱলী ।।

(ক) খালী ঠাই পূৰ কৰাঃ
(১) অভাৱবোধৰ প্ৰভাৱ সৃষ্টি হোৱা মানসিক অৱস্থাক  বুলি কোৱা হয়।

উত্তৰঃ 

(২)  প্ৰাপ্তিয়ে চাহিদাৰ পৰিতৃপ্তি ঘটায়।

উত্তৰঃ

(৩) জৈৱিক অস্তিত্ব ৰক্ষাৰ লগত জড়িত চাহিদাক  চাহিদা বুলি কোৱা হয়।

উত্তৰঃ

(৪) খাদ্যৰ চাহিদা এক  চাহিদা।

উত্তৰঃ

(৫) যৌন চাহিদা  চাহিদাৰ অন্তৰ্ভূক্ত।

উত্তৰঃ

(৬) মৰম-ভালপোৱাৰ চাহিদা  চাহিদা।

 উত্তৰঃ

 (৭) সামাজিক মৰ্যদা  চাহিদা।

উত্তৰঃ

 (৮) কৰ্ম সম্পাদনৰ বাবে গতিশীতলতাৰ সৃষ্টি কৰা মানসিক অৱস্থাক  বোলে।

উত্তৰঃ

(৯)  হৈছে কৰ্ম সম্পাদনৰ শক্তি।

উত্তৰঃ

(১০) দৈহিক কাৰণত সৃষ্টি হোৱা তাড়নাক  বোলে।

উত্তৰঃ

(১১) পশু প্ৰবৃত্তিৰ দ্বাৰা আৰু মানুহ  দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ

(১২) সহজাত প্ৰবৃত্তিয়ে কৰ্মপ্ৰৱণতাৰ সৃষ্টি কৰে।

উত্তৰঃ

(১৩) অনুশীলনীৰ ফলত হোৱা আচৰণৰ যান্ত্ৰিক ৰূপক  বোলে।

উত্তৰঃ
(১৪) ঐচ্ছিক ক্ৰিয়াক অনুশীলনীৰ দ্বাৰা অনৈচ্ছিক ক্ৰিয়াত পৰিণত কৰাকে  বোলে।

উত্তৰঃ

(১৫)  প্ৰবৃত্তিক প্ৰতিবৰ্ত ক্ৰিয়াৰ পৰা পৃথক কৰে।

উত্তৰঃ

(১৬) ক্ৰোধ এবিধ কি ?  

উত্তৰঃ

(১৭) প্ৰবৃত্তিৰ প্ৰকাশত প্ৰত্যক্ষভাৱে বাধা প্ৰদান কৰাটোক  বোলে।

উত্তৰঃ

(১৮) চকুত উজ্বল পোহৰ পৰিলে চকুৰ পতা বন্ধ কৰাটো এক  ক্ৰিয়া।

উত্তৰঃ

(১৯) মাতৃয়ে সন্তানক মৰম কৰাটো হ’ল  প্ৰবৃত্তি।

উত্তৰঃ

(২০) প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়া দুয়োটা  প্ৰতিক্ৰিয়া।

উত্তৰঃ

(২১) হাঁচি মৰাটো  ক্ৰিয়া।

উত্তৰঃ 
(২২) প্ৰবৃত্তিৰ পুনৰাবৃত্তিত বাধা প্ৰদান কৰাটোক  বোলে।

উত্তৰঃ

(২৩)  দ্বিতীয় স্বভাৱ বুলি কোৱা হয়।

উত্তৰঃ

(২৪) প্ৰবৃত্তিৰ লগত জড়িত স্তৰ কেইটা হৈছে সংজ্ঞানাত্মক অনুভূতিমূলক আৰু  ।

উত্তৰঃ

(২৫) ‘Emotion’ শব্দটো  শব্দৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ

 (২৬) ‘Emovere’ শব্দটোৰ অৰ্থ হৈছে  ।

উত্তৰঃ 

(২৭) আবেগ মনৰ  অৱস্থা।

উত্তৰঃ

(২৮) প্ৰবৃত্তিয়ে মনত ক্ৰিয়াপ্ৰৱণতা আৰু আবেগে  সৃষ্টি কৰে।

উত্তৰঃ

(২৯) প্ৰতিবৰ্ত ক্ৰিয়া সংবেদনাত্মক প্ৰতিক্ৰিয়া, আনহাতেদি প্ৰবৃত্তি  প্ৰতিক্ৰিয়া।

উত্তৰঃ

(৩০)  প্ৰবৃত্তিমূলক ক্ৰিয়াৰ এক আনুষংগিক অভিজ্ঞতা।

উত্তৰঃ

(৩১) প্ৰতিবৰ্ত ক্ৰিয়া  দ্বাৰা নিয়ন্ত্ৰিত হয়।উত্তৰঃ

(৩২) প্ৰবৃত্তিৰ পুনৰাবৃত্তিত বাধা প্ৰদান কৰাটোক  বুলি কোৱা হয়।

উত্তৰঃ

(৩৩) বিদ্যালয়ত সমাজ সেৱামূলক কাৰ্যৰ যোগেদি  প্ৰবৃত্তিৰ উন্নীতকৰণ কৰিব পৰা যায়।

উত্তৰঃ

(৩৪) যি শক্তিয়ে চাহিদা পুৰণৰ বাবে ক্ৰিয়াত প্ৰবৃত্ত কৰে তাক  বুলি কোৱা হয়।

উত্তৰঃ

(৩৫) এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা স্নেহৰ কাৰণ হৈছে  ।

উত্তৰঃ

(৩৬) ভয় হৈছে  ।

উত্তৰঃ

(৩৭) এজন মানুহে আন মানুহৰ লগ ভালপোৱাৰ কাৰণ হৈছে  ।

উত্তৰঃ

(৩৮) প্ৰবৃত্তিৰ প্ৰকাশত প্ৰত্যক্ষ বাধা প্ৰদান কৰা প্ৰক্ৰিয়াক  বুলি কোৱা হয়।

উত্তৰঃ

(৩৯)  শিশুৰ প্ৰথমিক আবেগ নহয়।

উত্তৰঃ

(৪০) প্ৰবৃত্তি প্ৰতিবৰ্ত ক্ৰিয়াৰ পৰা  পৃথক হয়।

উত্তৰঃ

(৪১) “আবেগ মনৰ এক আন্দোলিত অৱস্থা” এই কথাষাৰ  কৈছিল

উত্তৰঃ

(৪২) খং হৈছে এক প্ৰকাৰ  ।

উত্তৰঃ

(৪৩) কোনটো প্ৰবৃত্তি মল্লযুদ্ধৰ দ্বাৰা উন্নীত কৰণ কৰিব পৰা যায়?

 উত্তৰঃ

(৪৪) কোনে প্ৰবৃত্তি আবেগৰ লগত ঘনিষ্ঠভাৱে সম্পৰ্কযুক্ত বুলি কৈছিল  

উত্তৰঃ

(৪৫) “প্ৰবৃত্তি দেহৰ লগত আৰু আবেগ মনৰ লগত জড়িত”। কথাষাৰ  কৈছিল

উত্তৰঃ

গ। ভুল / শুদ্ধ লিখাঃ
১। ভয় এক প্ৰতিবৰ্থ ক্ৰিয়া।

উত্তৰঃ

২। প্ৰবৃত্তি সংশোধনমূলক নহয়।

উত্তৰঃ

৩। প্ৰবৃত্তি অনাৰ্জিত আচৰণ।

উত্তৰঃ

৪। অব্যৱহাৰৰ দ্বাৰা প্ৰবৃত্তিক সংশোধন কৰিব পাৰি।

উত্তৰঃ

৫। প্ৰবৃত্তিসমূহ সাৰ্বজনীন।

উত্তৰঃ

৬। প্ৰতিবৰ্ত ক্ৰিয়াসমূহ মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত।

উত্তৰঃ

৭। সংজ্ঞান প্ৰবৃত্তিমূলক ক্ৰিয়াৰ প্ৰথম স্তৰ।

উত্তৰঃ

৮। আবেগ আৰু প্ৰবৃত্তিৰ কোনো সম্পৰ্ক নাই।

উত্তৰঃ

৯। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ যোগেদি জাতিগত বৈশিষ্ট্য প্ৰকাশ পায়।

উত্তৰঃ

১০। পূৰ্ণ স্বাধীনতাৰ দ্বাৰা প্ৰবৃত্তিৰ পৰিশোধন সম্ভৱ হয়।

উত্তৰঃ
১১। খেলে এক বিৰেচনৰ মাধ্যম হিচাবে ক্ৰিয়া কৰে।

উত্তৰঃ

১২। বিভিন্ন বস্তু সংগ্ৰহ কৰি কৌতূহল প্ৰবৃত্তিৰ উন্নীতকৰণ কৰিব পৰা যায়।

উত্তৰঃ

১৩। ইংৰাজী Instict শব্দটো লেটিন ভাষাৰ Instictus শব্দটোৰ পৰা উৎপত্তি হৈছে।

উত্তৰঃ 

১৪। চাহিদাৰ স্থায়িত্ব আৰু তীব্ৰতা সম্পৰ্কযুক্ত।

উত্তৰঃ 

১৫। যৌন আকাংক্ষা এক মানসিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ

১৬। জৈৱিক চাহিদা সমূহক প্ৰাথমিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ

১৭। তাড়না বা প্ৰেৰণা উদ্দেশ্যমূখী আচৰণৰ দ্বিতীয় অৱস্থা।

উত্তৰঃ

১৮। তাড়নাই কৰ্মত প্ৰবৃত্ত হ’বলৈ গতিশীলতা প্ৰদান কৰে।

উত্তৰঃ

১৯। প্ৰেৰণাৰ গতি নিৰ্ণায়ক ক্ষমতা নাই।

উত্তৰঃ

২০। উদ্দেশ্যৰ প্ৰপ্তিয়ে চাহিদাৰ পৰিতৃপ্তি ঘটায়।

উত্তৰঃ

২১। অভ্যৈসে মানসিক শক্তিৰ অপচয় ৰোধ কৰে।

উত্তৰঃ

২২। অভ্যাস কে অৰ্জিত ক্ৰিয়া।উত্তৰঃ

২৩। প্ৰবৃত্তি সংশোধন কৰিব নোৱাৰি।

উত্তৰঃ

২৪। প্ৰবৃত্তি সমূহ সাৰ্বজনীন।

উত্তৰঃ

২৫। অভ্যাসে সীজনশীলতাৰ পৰিপন্থী।

উত্তৰঃ

২৬। ইন্দ্ৰিয় অনুভূতিৰ প্ৰভাৱত আবেগৰ সৃষ্টি হয়।

উত্তৰঃ

২৭। আবেগৰ অভিজ্ঞতাই দেহক প্ৰভাৱিত নকৰে।

উত্তৰঃ

২৮। আবেগৰ অভিজ্ঞতাই দেহক প্ৰবাৱিত নকৰে।

উত্তৰঃ

২৯। তাড়নাৰ ক্ৰিয়াশীল অৱস্থাটো হৈছে চাহিদা।

উত্তৰঃ

৩০। অভ্যাসে ব্যক্তিক যান্ত্ৰিক কৰি তোলে।

উত্তৰঃ

৩১। অভ্যস্ত কাৰ্যত মনোযোগৰ প্ৰয়োজন হয়।

উত্তৰঃ
৩২। প্ৰতিৱৰ্ত ক্ৰিয়া মস্তিষ্কৰ দ্বাৰা পৰিচালিত।

উত্তৰঃ
৩৩। অভ্যাসে ক্লান্তিক দূৰ কৰে।

উত্তৰঃ

৩৪। টোপনিৰ প্ৰয়োজন এক মানসিক প্ৰয়োজন।

উত্তৰঃ

ঘ। চমু উত্তৰ দিয়া প্ৰতি প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ
(১) চাহিদা কি? 

উত্তৰঃ 

(২) জৈৱিক চাহিদা বুলিলে কি বুজা?

উত্তৰঃ

(৩) মানসিক চাহিদা কি? 

উত্তৰঃ

(৪) তাড়না কি?

 উত্তৰঃ

(৫) ‘আবেগ মনৰ এক আন্দোলিত অৱস্থা’– এই কথাষাৰ কোনে কৈছিল? 

উত্তৰঃ

(৬) কোনে আবেগ আৰু প্ৰবৃত্তি ঘনিষ্ঠ সম্পৰ্কযুক্ত বুলি কৈছিল।

উত্তৰঃ

(৭) প্ৰবৃত্তিৰ প্ৰত্যক্ষ প্ৰকাশত বাধা প্ৰদান কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? 

উত্তৰঃ

(৮) শিশুৰ এটা প্ৰাথমিক আবেগৰ নাম কি।

উত্তৰঃ

(৯) কোনটো প্ৰবৃত্তিৰ প্ৰবাৱত মানুহে সঙ্গ বিচাৰে?

 উত্তৰঃ

(১০) জৈৱিক চাহিদাক কিয় প্ৰথমিক চাহিদা বুলি কোৱা হয়।

উত্তৰঃ

(১১) বাৎসল্য প্ৰবৃত্তিৰ লগত কোনটো আবেগ জড়িত? 

উত্তৰঃ

ঙ। চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ২ নম্বৰ)ঃ
১। যৌথ প্ৰবৃত্তি কি? 

উত্তৰঃ 

২। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ স্তৰসমূহ কি কি? 

উত্তৰঃ

৩। শিশুৰ প্ৰাথমিক আবেগসমূহ কি কি?

 উত্তৰঃ

৪। মিশ্ৰ আবেগ কি? 

উত্তৰঃ

৫। মেকডুগেলৰ প্ৰবৃত্তিৰ সংজ্ঞাটো লিখা।

উত্তৰঃ

৬। উন্নীতকৰণ বুলিলে কি বুজা।

উত্তৰঃ

৭। প্ৰবৃত্তিৰ সংশোধন বুলিলে কি বুজা।

উত্তৰঃ

৮। অৱদমন কি? 

উত্তৰঃ

৯। অৱদমন আৰু বিৰেচনৰ মাজত পাৰ্থক্য দেখুৱা।

উত্তৰঃ

১০। বিৰেচন বুলিলে কি বুজা।

উত্তৰঃ

১১। প্ৰবৃত্তিৰ পৰিশোধনৰ প্ৰয়োজনীয়তা কি? (দুটা কাৰণ দৰ্শোৱা।)

উত্তৰঃ

১২। সহজাত প্ৰবৃত্তিৰ পৰিশোধন মানে কি?

 উত্তৰঃ

১৩। উন্নীত কৰণ কি? 

উত্তৰঃ

১৪। প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়াৰ দুটা সাদৃশ্য লিখা?

 উত্তৰঃ

১৫। অভ্যাসৰ দুটা সুফল লিখা? 

উত্তৰঃ

১৬। অভ্যাসৰ দুটা কুফল লিখা?

 উত্তৰঃ

১৭। জৈৱিক প্ৰয়োজন সমূহ কি কি? 

উত্তৰঃ 

১৮। বাৎসল্য প্ৰবৃত্তি কি? 

উত্তৰঃ

১৯। প্ৰেৰণাক শ্ৰেণীবিভাজন কৰা?

 উত্তৰঃ

২০। আবেগ কি? 

উত্তৰঃ সাধাৰণতে, সুখ-দুখৰ অনুভূতিক আন্দোলিত কৰি তোলাত দেহ-মানসিক অৱস্থাকে আবেগ বুলি কোৱা হয়। ২১। বিৰেচন কি? 

উত্তৰঃ

চ। চমুিকৈ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৪ নম্বৰ)
১। প্ৰবৃত্তিগত ক্ৰিয়াৰ পৰ্যায়সমূহ উদাহৰণসহ বৰ্ণনা কৰা।

 উত্তৰঃ

২। পাৰ্থক্য দেখুওৱা।
(ক) প্ৰবৃত্তি আৰু বুদ্ধি।

উত্তৰঃ

(খ) প্ৰবৃত্তি আৰু প্ৰতিবৰ্ত ক্ৰিয়া।

উত্তৰঃ

(গ) প্ৰবৃত্তি আৰু চাহিদা।

উত্তৰঃ

(ঘ) প্ৰবৃত্তি আৰু আবেগ।

উত্তৰঃ

(ঙ) আবেগ আৰু অনুভূতি

উত্তৰঃ

৩। মানুহ আৰু ইতৰ প্ৰাণীৰ প্ৰবৃত্তিৰ মৌলিক পাৰ্থক্য সমূহ উল্লেখ কৰা।

উত্তৰঃ

৪। প্ৰবৃত্তি সংশোধনত শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৫। শিক্ষাৰ ক্ষেত্ৰত খং আবেগৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৬। অভ্যাস গঠনৰ চাৰিটা নীতি লিখা?

উত্তৰঃ

৭। ‘অভ্যাস হ’ল দ্বিতীয় স্বভাৱ’  ব্যাখ্যা কৰা।

উত্তৰঃ

৮। ‘অভ্যাসে কামৰ নিপুণতা বৃদ্ধি কৰ’  আলোচনা কৰা।

উত্তৰঃ

৯। পাৰ্থক্য দেখুৱা 

(ক) অভ্যাস আৰু প্ৰবৃত্তি।

উত্তৰঃ

(খ) অভ্যাস আৰু প্ৰতিৱৰ্ত ক্ৰিয়া।

উত্তৰঃ

(গ) প্ৰবৃত্তি আৰু প্ৰতিৱৰ্ত ক্ৰিয়া।
উত্তৰঃ
 (ঘ) প্ৰবৃত্তি আৰু আবেগ। 

উত্তৰঃ

১০। প্ৰবৃত্তিৰ উন্নীতকৰণৰ বিষয়ে লিখা।

উত্তৰঃ

১১। শিশুৰ দুটা প্ৰাথমিক আবেগৰ বিষয়ে লিখা।

উত্তৰঃ

১২। প্ৰবৃত্তি পৰিশোধনৰ প্পয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ

১৩। মানসিক প্ৰয়োজন সমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

১৪। তাড়নাৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

১৫। প্ৰবৃত্তিমূলক ক্ৰিয়াৰ পৰ্যায় কেইটাৰ বিষয়ে লিখা।

উত্তৰঃ

১৬। আবেগ আৰু প্ৰবৃত্তিৰ সম্পৰ্ক কি?

উত্তৰঃ

 ১৭। আবেগৰ শৈক্ষিক গুৰুত্ব কি?

 উত্তৰঃ

১৮। প্ৰয়োজনৰ লগত তাড়না / প্ৰেৰণাৰ সম্পৰ্ক এটা উদাহৰণেৰে বাখ্যা কৰা।

উত্তৰঃ

১৯। অভ্যাস গঠনত পিতৃ-মাতৃৰ ভূমিকা কি? 

উত্তৰঃ

২০। অভ্যাস গঠনৰ দৈহিক কাৰম সমূহ বৰ্ণনা কৰা।

উত্তৰঃ

ছ। ৰচনাধৰ্মী প্ৰশ্ন (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)
১। প্ৰবৃত্তি কাক বোলে? মানুহৰ প্ৰবৃত্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ 
২। মেগডুগেলৰ তালিকাৰ ভিত্তিত বিভিন্ন প্ৰবৃত্তিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

৩। শিক্ষাত প্ৰবৃত্তিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

৪। প্ৰবৃত্তিমূলক আচৰণৰ ওপৰত শিক্ষাৰ প্ৰভাৱ সম্পৰ্কে ব্যাখ্যা কৰা।

উত্তৰঃ 

 ৫। বিভিন্ন প্ৰবৃত্তিৰ উপযুক্ত ব্যৱহাৰৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

৬। প্ৰবৃত্তিৰ সংজ্ঞা দিয়া। প্ৰবৃত্তি পৰিশোধনৰ বিভিন্ন বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ 

৭। আবেগৰ অৰ্থ ব্যাখ্যা কৰা? শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আবেগৰ ভূমিকা আলোচনা কৰা।উত্তৰঃ

 ৮। আবেগ কি? আবেগৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ

 ৯। আবেগ কি? শিশুৰ শিক্ষাত আবেগৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ 

১০। আবেগৰ সংজ্ঞা দিয়া? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

 ১১। আবেগ বুলিলে কি বুজা? আবেগৰ দৈহিক প্ৰকাশৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

১২। আবেগৰ শিক্ষা বুলিলে কি বুজা? আবেগৰ শিক্ষাত শিক্ষকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

 ১৩। শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা কেইটামান গুৰুত্বপূৰ্ণ আবেগ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

 ১৪। আবেগ সম্পৰ্কে এক তাত্ত্বিক বিশ্লেষন আগবঢ়োৱা।

উত্তৰঃ

১৫। চাহিদা কাক বোলে? চাহিদাৰ বিভিন্ন প্ৰকাৰ সমূহৰ বিষয়ে লিখা।

উত্তৰঃ

১৬। চাহিদা কি? আচৰণৰ গতি আৰু চাহিদাৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ

১৭। শিক্ষাত চাহিদাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

১৮। প্ৰবৃত্তি কি? প্ৰবৃত্তিৰ বৈশিষ্ট্য সমূহৰ বিষয়ে লিখা।

উত্তৰঃ 

  ১৯। আবেগ কাক বোলে? আবেগৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ 

২০। ভাল অভ্যাস কিদৰে গঠন কৰিব পাৰি? আলোচনা কৰা।

উত্তৰঃ
২১। বেয়া অভ্যাস কিদৰে পৰিহাৰ কৰিব পাৰি আলোচনা কৰা।

উত্তৰঃ

২২। অভ্যাস গঠনত শিক্ষকৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

২৩। প্ৰবৃত্তিৰ পৰিশোধনৰ কেইটামান পদ্ধতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ 

২৪। অভ্যাস কাক বোলে? অভ্যস্ত ক্ৰিয়াৰ বৈশিষ্ট্যসমূহ  লিখা।

উত্তৰঃ

২৫। অভ্যাস কি? শিক্ষাত অভ্যাসৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ 

২৬। শিক্ষাৰ ক্ষেত্ৰত আবেগৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰা।

উত্তৰঃ

২৭। প্ৰবৃত্তিৰ ওপৰত শিক্ষাই কিদৰে প্ৰভাৱ পেলায় লিখা।

উত্তৰঃ

২৮। শিক্ষাৰ ক্ষেত্ৰতত্ৰপ্ৰবৃত্তিৰ প্ৰবাৱ কি? বাখ্যা কৰা।

উত্তৰঃ 

২৯। আবেগৰ বিভিন্ন প্ৰকাৰ সমূহ কি কি? আলোচনা কৰা।

উত্তৰঃ 

৩০। মানুহ আৰু ইতৰ প্ৰাণীক তুলনা কৰা।

উত্তৰঃ 

৩১। প্ৰবৃত্তি আৰু চাহিদাক তুলনা কৰা।

উত্তৰঃ