যোগিনীতন্ত্ৰত কিহৰ উৎপত্তিৰ বিভিন্ন কাহিনী বৰ্ণনা কৰিছে?

উত্তৰঃ- যোগিনীতন্ত্ৰত হয়গ্ৰীৱ-বিষ্ণুৰ পূজাৰ উৎপত্তিৰ বিভিন্ন কাহিনী বৰ্ণনা কৰিছে।