সংবিধান দৰ্শন | অধ্যায় ১০ | HS 1st Year Political Science Question and Answer Assam | Class 11 Political Science Chapter 10 Important Question and Answer Solution Assamese Medium | HS 1st Year Political Science Chapter 10 Question and Answer Notes and Suggestion |

সংবিধানৰ দৰ্শন

(Philosophy of the Constitution)

Chapter 10

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতীয় সংবিধানৰ দৰ্শনক প্ৰভাৱান্বিত কৰা কাৰকসমূহৰ সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ

২। সংবিধানৰ দৰ্শন কি ? এই দৰ্শনৰ তাৎপৰ্য ব্যাখ্যা কৰা । 

উত্তৰঃ 

৩। সাংবিধানিক দৰ্শনৰ অর্থ কি ? কিয় সাংবিধানিক দর্শন অধ্যয়ন কৰা প্ৰয়োজন ? 

উত্তৰঃ

৪। গণতান্ত্রিক উত্তৰণৰ আধাৰ হিচাপে ভাৰতীয় সংবিধানখন ব্যাখ্যা কৰা । 

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শন বহলাই আলোচনা কৰা। 

উত্তৰঃ

৬। সামাজিক ন্যায় কি ? সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজত প্ৰভেদ আছে নেকি ? 

উত্তৰঃ 

৭। ধৰ্মনিৰপেক্ষতাবাদ কি ? ধর্ম সম্পর্কে গান্ধীজীৰ ধাৰণা চমুকৈ লিখা । 

উত্তৰঃ 

৮। ভাৰতীয় সংবিধানৰ সমালোচনাৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ 

৯। কিয় ভাৰতীয় সংবিধানখনৰ প্ৰণয়নক অ – প্রতিনিধিত্বমূলক বুলি কোৱা হয় ? ইয়ে সংবিধানখনক অ – প্রতিনিধিত্বমূলক কৰিছে নেকি ? তোমাৰ উত্তৰ যুক্তি সহকাৰে দিয়া । 

উত্তৰঃ

১০ । ভাৰতীয় সংবিধানৰ এক সীমাৱদ্ধতা হ’ল ই লিংগ ন্যায়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া নাই । এই অভিযোগৰ প্ৰমাণ হিচাপে কি সাক্ষী দিবা ? তোমালোকে যদি আজি এখন সংবিধান প্রণয়ন কৰা এই সীমাৱদ্ধতা ৰোধৰ কেনে ধৰণৰ পৰামৰ্শ আগবঢ়াবা ? 

উত্তৰঃ

চমু উত্তৰৰ প্ৰশ্ন ( Short Answer Questions ): 

১। “ ভাৰতৰ সংবিধানখন জনসাধাৰণৰ নিজৰ সংবিধান” – আলোচনা কৰা । 

উত্তৰঃ

২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ধৰ্মনিৰপেক্ষতাৰ অৰ্থ ব্যাখ্যা কৰা ৷ 

উত্তৰঃ

৩। “ ভাৰত এখন সার্বভৌম ৰাষ্ট্ৰ ” – মস্তব্য দিয়া । 

উত্তৰঃ

৪। সংবিধানৰ ৰাজনৈতিক দর্শনে কি বুজায় ? 

উত্তৰঃ

৫ । সংবিধান সভাৰ প্ৰাসংগিকতা সম্পর্কে কি জানা লিখা । 

উত্তৰঃ

৬। ভাৰতীয় সংবিধানৰ প্ৰমূল্য হিচাপে ব্যক্তিস্বাধীনতা সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ

৭। ভাৰতীয় সংবিধানত স্বীকৃতি দিয়া পাঁচটা প্ৰমূল্য উল্লেখ কৰা।  

উত্তৰঃ

৮। সামাজিক ন্যায় আৰু সমতাৰ অধিকাৰৰ মাজৰ সম্পৰ্কৰ বিষয়ে লিখা । 

উত্তৰঃ

৯। আইনৰ শাসন বুলিলে কি বুজা ? 

উত্তৰঃ

১০। সার্বজনীন নাগৰিকত্ব সম্পর্কে এটা টোকা লিখা ।  

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions ) :  

১। ভাৰতীয় সংবিধানৰ প্রস্তাৱনাত সন্নিবিষ্ট এটা আদর্শ উল্লেখ কৰা ।                                                                      [ HS ( XI ) 2017 ] 

উত্তৰঃ

২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দর্শনৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ

৩। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত তিনি প্ৰকাৰৰ ন্যায় কি কি ? 

উত্তৰঃ

৪। ভ্রাতৃত্ব শব্দটো ব্যাখ্যা কৰা ৷  

উত্তৰঃ

৫ । ভাৰতীয় সংবিধানত উল্লেখিত মূল উদ্দেশ্য তিনিটা কি কি ?

উত্তৰঃ

 ৬। ভাৰতীয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ

৭। ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীয়ে সন্নিবিষ্ট কৰা দুটা নতুন শব্দ কি কি ? 

উত্তৰঃ

৮। তলত কেইটামান আইন উল্লেখ আছে । সেইবোৰ কোনো মূল্যবোধৰ লগত সংযুক্তনে ? যদি হয় , তেনেহ’লে তলৰ কোনটো ? কাৰণ দর্শোৱা ।

(ক) পৰিয়ালৰ সম্পত্তি সমানভাৱে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে ?

(খ) গ্ৰাহকৰ আহৰণ কৰা বয়-বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি ? 

(গ) ধর্মীয় আদেশ কোনো ধৰণৰ স্কুলত দিব নালাগে। 

(ঘ) কোনো ধৰণৰ ভিক্ষাৰী বা বলপূর্বক ভাবত লিপ্ত হ’ব নালাগে। 

উত্তৰঃ

৯। তলত উল্লেখিত কোনটো এই বাক্য সম্পূর্ণ কৰাত ব্যৱহাৰ কৰিব নোৱাৰি ? গণতান্ত্রিক ৰাষ্ট্রসমূহত এখন সংবিধানৰ বাবে প্ৰয়োজন হয়-   

*  চৰকাৰৰ সমতাসমূহৰ সীমাৱদ্ধকৰণ 

* সংখ্যামূলক সংখ্যাগৰিষ্ঠতাৰ পৰা ৰক্ষা কৰা 

* ঔপনিবেশিকতাৰ পৰা স্বতন্ত্রতা অনা 

* দীর্ঘকালীন দৃষ্টিভংগী এটা পোৱাৰ বাবে আমি আমাৰ আৰ্থিক লোকচান ভৰিব নোৱাৰো 

* সামাজিক পৰিৱৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল’ব লাগে 

উত্তৰঃ

১০। তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্যয়ন আৰু বুজাৰ  বিভিন্ন পর্যায়সমূহ উল্লেখিত আছে— 

* তলৰ কোনটো বাক্যই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বর্তমানেও প্রচলিত বুলি উল্লেখ কৰিছে আৰু কোনকেইটা অপ্রচলিত । 

* কোনকেইটাৰ স্থিতি তোমালোকে মানি লোৱা আৰু কিয় ? 

(ক) সৰ্বসাধাৰণ লোকে তেওঁলোকৰ জীৱিকা-নিৰ্বাহ আৰু জীৱনৰ বিভিন্ন সমস্যা সমাধানতে ব্যস্ত থাকে । তেওঁলোকে এই বিতর্ক সমূহৰ বিধিগত ভাষাক বুজি নাপায় । 

উত্তৰঃ

(খ) বৰ্তমানৰ অৱস্থা আৰু প্ৰত্যাহ্বান সংবিধান প্ৰস্তুত কৰা সময়তকৈ বেলেগ । সংবিধান প্রণেতাসকলে কৰা চিন্তা অধ্যয়ন কৰি আত্ম সেইবোৰ বর্তমান যুগত ব্যৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰো । 

উত্তৰঃ

(গ) আমাৰ বিশ্বখনক জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা নাই । সংবিধান সভাৰ বিতৰ্কসমূহে আমাৰ বিভিন্ন কাৰ্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে । সাংবিধানিক কার্যসমূহ যেতিয়া প্রত্যাহ্বিত হয় আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলো । 

উত্তৰঃ

১১। ভাৰতীয় সংবিধান আৰু পাশ্চাত্য ধাৰণাৰ পাৰ্থক্য বহলাই লিখা তলত উল্লেখিত বিষয়-বস্তুৰ সহায়ত — 

(ক) ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত 

(খ) অনুচ্ছেদ ৩৭০-নং আৰু ৩৭১-নং

(গ) দৃঢ় পদক্ষেপ 

(ঘ) সার্বজনীন ভোটাধিকাৰ 

উত্তৰঃ

বস্তুনিষ্ঠ প্রশ্নাবলী ( Objective type questions ): 

১। ব্ৰিটেইনত মহিলাসকলক কোন চনৰ ভোটাধিকাৰ প্ৰদান কৰা হৈছিল ? 

উত্তৰঃ

২। সংবিধানৰ কোনটো সংশোধনীয়ে প্রস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটাক সংযোগ কৰিছে ? 

উত্তৰঃ

৩। কোনে প্রস্তাৱনাটোক ৰাজনৈতিক তাম্ৰপত্ৰিকা বুলি কৈছিল ? 

উত্তৰঃ

৪। ভাৰতীয় সংবিধানৰ উদ্দেশ্য কি ? 

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদৰ জৰিয়তে জম্মু – কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছে ?

উত্তৰঃ

৬। কোন দেশৰ পৰা সংবিধানৰ প্ৰস্তাৱনাটো অনা হৈছে ? 

উত্তৰঃ

৭। প্ৰস্তাৱনা মতে ভাৰতীয় ৰাজনীতিৰ প্ৰকৃতি কেনেকুৱা ? 

উত্তৰঃ

৮। “ সর্ব ধর্ম সমভাব ” মানে কি ? 

উত্তৰঃ

৯। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা ন্যায়ৰ নাম লিখা । 

উত্তৰঃ

শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answers ) : 

(ক) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো আৰম্ভ হৈছে– 

(a) জনসাধাৰণৰ সাৰ্বভৌমত্বৰে     (b) ভাৰত গণৰাজ্যৰে

(c) গণতান্ত্রিক ভাৰতৰে          (d) আমি ভাৰতবাসী ৰাইজেৰে

উত্তৰঃ

(খ) আমি সকলো ভাৰতবাসীৰ অৰ্থ কি ? 

(a) ভাৰতবাসী ৰাইজ হ’ল দেশৰ প্ৰকৃত শাসক। 

(b) চূড়ান্ত সার্বভৌম ক্ষমতা জনসাধাৰণৰ হাতত ন্যস্ত । 

(c)ইয়াৰ কোনোটো নহয় ৷

উত্তৰঃ 

(গ) কোনটো বাক্য শুদ্ধ ? 

(a) ভাৰত এখন সার্বভৌম , সমাজবাদী গণৰাজ্য 

(b) ভাৰত এখন সার্বভৌম , গণতান্ত্রিক ৰাজতন্ত্র 

(c) ভাৰত এখন সাৰ্বভৌম , গণতান্ত্ৰিক ৰাষ্ট্ৰ

(d) ভাৰত এখন সার্বভৌম , সমাজবাদী , ধৰ্মনিৰপেক্ষ , গণতান্ত্রিক গণৰাজ্য ।

উত্তৰঃ