সপ্তম হেনৰীয়ে মাতৃ ৰাণী মাৰ্গাৰেটে কি কি নামৰ দুটা শিক্ষানুষ্ঠান মুকলি কৰিছিল ?

উত্তৰঃ সপ্তম হেনৰীয়ে মাতৃ ৰাণী মাৰ্গাৰেটে ‘চেইণ্ট জনচ্ কলেজ’ আৰু ক্ৰীষ্ট কলেজ’ নামৰ দুটা শিক্ষানুষ্ঠান মুকলি কৰিছিল ।