সুবিধা ভোগ কৰা আৰু সুবিধাৰ পৰা বঞ্চিত হোৱা শ্ৰেণী দুটাৰ মাজত কি বৃদ্ধি হৈছিল ?

উত্তৰঃ সুবিধা ভোগ কৰা আৰু সুবিধাৰ পৰা বঞ্চিত হোৱা শ্ৰেণী দুটাৰ মাজত ঘৃণা আৰু হিংসা বৃদ্ধি হৈছিল ।