১৪৮৩ খৃঃত জাৰ্মানীৰ চেক্সনি নামৰ গাঁও এখনত এটা খেতিয়কৰ পৰিয়ালত কাৰ জন্ম হৈছিল ?

উত্তৰঃ ১৪৮৩ খৃঃত জাৰ্মানীৰ চেক্সনি নামৰ গাঁও এখনত এটা খেতিয়কৰ পৰিয়ালত মাৰ্টিন লুথাৰৰ জন্ম হৈছিল ।