উত্তৰঃ ১৮ শতিকাৰ সামাজিক ভাগবোৰ আছিল- সম্ভ্ৰান্ত বা ন’বলসকল, উচ্চ যাজকসকল, নিম্ন যাজকসকল, খেতিয়কসকল, শিল্পীসকল আৰু দাসসকল ।
Question and Answer Solution
উত্তৰঃ ১৮ শতিকাৰ সামাজিক ভাগবোৰ আছিল- সম্ভ্ৰান্ত বা ন’বলসকল, উচ্চ যাজকসকল, নিম্ন যাজকসকল, খেতিয়কসকল, শিল্পীসকল আৰু দাসসকল ।
উত্তৰঃ- মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট জে’লত ফাঁচী দিছিল ।
উত্তৰঃ- ১৮৫৭ চনত অসমত বিখ্যাত চিপাহী বিদ্ৰোহৰ ছাঁ পৰিছিল ।
উত্তৰঃ- ‘চকঁৰি ফেটী বুৰঞ্জী’ নুমলীবৰগোহাঁয়ে ৰচনা কৰিছিল ।