Month: February 2022

এতিয়ালৈকে পোৱা আহোম ৰজাসকলৰ মুদ্ৰাৰ ভিতৰত কোন ৰজাৰ দিনৰ মুদ্ৰা আটাইতকৈ পুৰণি ?

উত্তৰঃ- এতিয়ালৈকে পোৱা আহোম ৰজাসকলৰ মুদ্ৰাৰ ভিতৰত চুক্লেনমুঙ গড়গঞা ৰজাৰ দিনৰ (১৫৪৩) মুদ্ৰা আটাইতকৈ পুৰণি ।