পৰিটচলিত ৰাজনৈতিক ব্য়ৱস্থা কি হৈছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ প্ৰতিষ্টা হৈছিল।
উপত্য়কাত প্ৰবেশ কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে এখন কি ৰাজ্য় আছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ কছাৰী ৰাজ্য় আছিল।
বোৱা-কটা নজনা তিৰোতাক কি বুলি উপহাস কৰা হৈছিল ? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ- বোৱা-কটা নজনা তিৰোতাক ‘থুপুৰী’ বুলি উপহাস কৰা হৈছিল ।