চুটীয়াসকলৰ আঁতি-গুৰি সম্পৰ্কে সবিশেষ কি পৰা নাযায়? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ জানিব পৰা নাযায়।
ভূঞাসকলৰ উৎপত্তিৰ বিষয়ে বহুতো কি পোৱা যায়? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ আখ্য়ান পোৱা যায়।
পৰিয়ালৰ অভাৱ নহ’বৰ বাবে পুনৰ সেই মাটি কাৰ নামত আৱণ্টন কৰা হৈছিল ? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ- পৰিয়ালৰ অভাৱ নহ’বৰ বাবে পুনৰ সেই মাটি পাইকজনৰ জ্যেষ্ঠ পুত্ৰৰ নামত আৱণ্টন কৰা হৈছিল ।
ভূঞাসকলক প্ৰচুৰ ভূ-সম্পত্তি থকা সমান্ত শ্ৰেণীৰ কি? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ শ্ৰেণী মানুহ।