প্ৰজাসাধাৰণৰ পৰা সম্পূৰ্ণ ৰাজভক্তি তথা কি আদায় কৰিছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ উপাসান আদায় কৰিছিল।
প্ৰাচীন অসমৰ ৰানৈতিক সংস্থাৰ কি ৰজা আছিল? Posted on 06/02/202208/07/2024 by Puspa Kakati উত্তৰঃ প্ৰাচীন অসমৰ ৰানৈতিক সংস্থাৰ ৰজা কেন্দ্ৰবিন্দু ৰজা আছিল।
ইন্দ্ৰপালে সূদীৰ্ঘ কিমান বছৰ ৰাজত্ব কৰিছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ ২৫ বছৰ ৰাজত্ব কৰিছিল।
ৰত্নপালৰ ৰাজসভাক পৰেমশ্বৰ শিৱৰ বাসস্থান কি সদৃশ আছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ কৈলাশৰ সদৃশ আছিল।