বিবেচিত ব্ৰহ্মপালক কি বহুৱাইছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ ৰাজপাটত বহুৱাইছিল।
তৃতীয় বলৰ্মন শালস্তম্ভ বংশৰ কোন জন বিখ্য়াত ৰজা আছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ শেষৰজন বিখ্য়াত ৰজা আছিল।
নদীৰ উপকুলভাগ ৰাজকীয় নৌবহৰৰ বাবে কি থাকিব? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ মুকলি থাকিব।
ৰাজধানী নগৰখনত শাৰী শাৰী কি নিৰ্মাণ কৰা হৈছিল? Posted on 06/02/202206/02/2022 by Puspa Kakati উত্তৰঃ অট্ৰালিকা নিৰ্মাণ কৰা হৈছিল।