সদাগৰকে ধৰি সকলো শ্ৰেণীৰ লোগে কি কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ অংশ গ্ৰহণ কৰিছিল।
আদিসুৰ ৰজাই কামৰূপ আক্ৰমণ কৰি কি বধ কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ হৰ্ষদেৱক বধ কৰিছিল।
শালস্তম্ভ বংশৰ কিমান জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ শালস্তম্ভ বংশৰ ২০ জন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল।
শালস্তম্ভই প্ৰাগজ্য়োতিষত এটা কি ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।