কনৌজৰ ৰাজনৈতিক দায়িত্বও কি কৰিবলগীয়া হৈছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ গ্ৰহণ কৰিবলগীয়া হৈছিল।
কুটনীতি উভয় ক্ষেত্ৰতে ৰাজনৈতিক সম্পৰ্কৰ দ্বাৰা কৃতিত্ব কি কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ অৰ্জন কৰিছিল।
ভাস্কৰবৰ্মনক কি নামেৰে জনা যায়? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ ‘কুমাৰ’ নামেৰে জনা যায়।
পি চি চৌধুৰীৰ মতে কি উপাধিটো হিউৱনে চাঙে প্ৰদান কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ ‘কুমাৰ’ উপাধিটো হিউৱনে চাঙে প্ৰদান কৰিছিল।