পুয্য়বৰ্মনৰ বংশৰ ৰজাসকলৰ ভিতৰত প্ৰখ্য়াক ৰজা কোন আছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্ম।
পুয্য়বৰ্মন বংশৰ ৰজাসকলৰ ভিতৰত প্ৰখ্য়াত ৰজা কোন আছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মন।
নালান্দা মাটিৰ মোহৰত উল্লেখ থকামতে স্থিতবৰ্মনে কিমান টা অশ্বমেধ যজ্ঞ সম্পদন্ন কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ ২টা অশ্বমেধ যজ্ঞ সম্পদন্ন কৰিছিল।
পন্দ্ৰবৰ্দ্ধন ভুক্তিত কিমান তকৈও অধিক ব্ৰাহ্মণক ভূমি দান কৰিছিল? Posted on 05/02/202205/02/2022 by Puspa Kakati উত্তৰঃ ২০০ তকৈও অধিক ব্ৰাহ্মণক ভূমি দান কৰিছিল।