উত্তৰঃ মাৰ্টিন লুথাৰ মেদাবৰ্গৰ এখন লেটিন পঢ়াশালী প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল ।
Question and Answer Solution
উত্তৰঃ মাৰ্টিন লুথাৰ মেদাবৰ্গৰ এখন লেটিন পঢ়াশালী প্ৰাথমিক শিক্ষাৰ পাতনি মেলিছিল ।
উত্তৰঃ ১৪৮৩ খৃঃত জাৰ্মানীৰ চেক্সনি নামৰ গাঁও এখনত এটা খেতিয়কৰ পৰিয়ালত মাৰ্টিন লুথাৰৰ জন্ম হৈছিল ।
উত্তৰঃ গীৰ্জাৰ সুদূৰপ্ৰসাৰী সংস্কাৰৰ প্ৰয়োজনীয়তা দাবী কৰা ব্যক্তিজন আছিল পদুৱাৰ মাৰ্শিগ্লিও ।
উত্তৰঃ ১৬ শতিকাৰ আৰম্ভণিৰ পৰা পোপে ধৰ্মীয় ক্ষমতাৰ উপৰিও ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিছিল ।