Month: February 2022

ক’ত আৱিষ্কাৰ হোৱা ২৬ মিটাৰ দীঘল আৰু ৪৫ চেণ্টিমিটাৰ বহল এখন ইটাৰ বেৰে ইটাৰ ব্যৱহাৰ প্ৰমাণিত কৰিছে ?

উত্তৰঃ- গুৱাহাটীৰ আমবাৰীত আৱিষ্কাৰ হোৱা ২৬ মিটাৰ দীঘল আৰু ৪৫ চেণ্টিমিটাৰ বহল এখন ইটাৰ বেৰে ইটাৰ ব্যৱহাৰ প্ৰমাণিত কৰিছে ।

আদিম বাসিন্দাসকলক গৱেষকসকলে ভগোৱা ভাগ কেইটাৰ নাম কি ?

উত্তৰঃ- আদিম বাসিন্দাসকলক গৱেষকসকলে ভগোৱা ভাগ কেইটাৰ নাম হ’ল- (১) অষ্ট্ৰোএচিয়াটিক (২) নেগ্ৰীটজ (৩) দ্ৰাবিদিয়ান (৪) মঙ্গোলিয়ান আৰু আৰ্য ।