Month: February 2022

১৭৯৬ চনত এজন স্থানীয় ৰজাই এটা মন্দিৰ সাজিবলৈ গৈ ক’ত উজুটি খাই বাগৰি পৰিলগৈ ?

উত্তৰঃ- ১৭৯৬ চনত এজন স্থানীয় ৰজাই এটা মন্দিৰ সাজিবলৈ গৈ অমৰাৱতী স্তূপৰ ধ্বংসাৱশেষৰ ওপৰতে উজুটি খাই বাগৰি পৰিলগৈ ।

কিহৰ তথ্যমতে পশ্চিমৰ পৰা অহা এজন ক্ষত্ৰীয় ধৰ্মপালে গুৱাহাটীৰ পশ্চিমত ৰাজধানী স্থাপন কৰিছিল?

উত্তৰঃ- কামৰূপৰ বুৰঞ্জীৰ তথ্যমতে পশ্চিমৰ পৰা অহা এজন ক্ষত্ৰীয় ধৰ্মপালে গুৱাহাটীৰ পশ্চিমত ৰাজধানী স্থাপন কৰিছিল।