উত্তৰঃ ৰোমান কেথলিক ধৰ্ম সমগ্ৰ ইউৰোপত বিয়পি পৰিছিল ।
Question and Answer Solution
উত্তৰঃ ৰোমান কেথলিক ধৰ্ম সমগ্ৰ ইউৰোপত বিয়পি পৰিছিল ।
উত্তৰঃ মধ্যযুগত সামন্তবাদ আৰু গীৰ্জাই সমাজ দমন কৰিছিল ।
উত্তৰঃ কেলভিনে ‘ইনষ্টিটিউটচ্ অব খৃষ্টান ৰিলিজিয়ান ৰচনা কৰিছিল ।
উত্তৰঃ পৰ্টুগীজ নাৱিক ভাস্কো-ডা-গামাই ১৪৯৮ খৃঃত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল ।