উত্তৰঃ- প্ৰায় খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মধ্য ভাগত জাতকসমূহ পালি ভাষাত লিখা হৈছিল ।
Question and Answer Solution
উত্তৰঃ- প্ৰায় খ্ৰীষ্টিয় প্ৰথম শতিকাৰ মধ্য ভাগত জাতকসমূহ পালি ভাষাত লিখা হৈছিল ।
উত্তৰঃ- সুদৰ্শন হ্ৰদ হ’ল এটা কৃত্ৰিম জলাশয় ।
উত্তৰঃ- মগধ বৰ্তমান বিহাৰ নামেৰে পৰিচিত ।
উত্তৰঃ- খ্ৰীষ্টপূৰ্ব ষষ্ঠ আৰু চতুৰ্থৰ মধ্যৱৰ্তী কালছোৱাত আটাইতকৈ ক্ষমতাসম্পন্ন জনপদ আছিল মগধ ।