Month: February 2022

কিমান চনত ভাৰতৰ লিপিসমূহৰ অধ্যয়নৰ ক্ষেত্ৰত কিছুমান অতি গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিছিল ?

উত্তৰঃ- ১৮৩০ চনত ভাৰতৰ লিপিসমূহ অধ্যয়নৰ ক্ষেত্ৰত কিছুমান অতি গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিছিল ।

খ্ৰীষ্টপূৰ্ব কিমান শতাব্দীত চোলিস্তানকে আদি কৰি হৰপ্পা সৰহভাগ পূৰঠ সভ্যতাৰ স্থান জনবসতিশূন্য হৈ পৰিছিল ?

উত্তৰঃ- খ্ৰীষ্টপূৰ্ব ১৮০০ শতাব্দীত চোলিস্তানকে আদি কৰি হৰপ্পা সৰহভাগ পূৰঠ সভ্যতাৰ স্থান জনবসতিশূন্য হৈ পৰিছিল ।

কৰ পৰা জনা যায় যে খৃঃ প্ৰথম শতিকাত দেৱেশ্বৰ নামে এজন শূদ্ৰ ৰজাই কামৰূপত ৰাজত্ব কৰিছিল?

উত্তৰঃ- যোগিনীতন্ত্ৰৰ পৰা জনা যায় যে খৃঃ প্ৰথম শতিকাত দেৱেশ্বৰ নামে এজন শূদ্ৰ ৰজাই কামৰূপত ৰাজত্ব কৰিছিল।