Month: February 2022

কোনে যুধিষ্ঠিৰৰ সৈতে কঠিন যুদ্ধত লিপ্ত হৈ পৰাজিত হৈ যুধিষ্ঠিৰৰ আধিপাত্য স্বীকাৰ কৰিছিল?

উত্তৰঃ- বজ্ৰদত্তই যুধিষ্ঠিৰৰ সৈতে কঠিন যুদ্ধত লিপ্ত হৈ পৰাজিত হৈ যুধিষ্ঠিৰৰ আধিপাত্য স্বীকাৰ কৰিছিল।

কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰে কিহৰ উদ্দেশ্যৰে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল?

উত্তৰঃ- কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰে সম্ৰাট হোৱাৰ উদ্দেশ্যৰে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল।