Month: February 2022

কি ফলিৰ মতে ভগদত্ত বজ্ৰৰ দৰে গতিশীল, অদমনীয় শক্তি, সমৰপ্ৰিয় আৰু একশ অশ্বমেধ যজ্ঞ সম্পন্ন কৰা ৰজা আছিল?

উত্তৰঃ- নিধানপুৰ ফলিৰ মতে ভগদত্ত বজ্ৰৰ দৰে গতিশীল, অদমনীয় শক্তি, সমৰপ্ৰিয় আৰু একশ অশ্বমেধ যজ্ঞ সম্পন্ন কৰা ৰজা আছিল।

বজ্ৰদত্তই ঘোঁৰাৰ সকলো জ্ঞান আহৰণ কৰাৰ উপৰিও আৰু কাৰ কাৰ জ্ঞানৰ সাৰভাগ লাভ কৰিছিল?

উত্তৰঃ- বজ্ৰদত্তই ঘোঁৰাৰ সকলো জ্ঞান আহৰণ কৰাৰ উপৰিও আৰু দেৱতাৰ গুৰু বৃহস্পতি আৰু অসুৰৰ গুৰু শুক্ৰাচাৰ্য্য়ৰ জ্ঞানৰ সাৰভাগ লাভ কৰিছিল।