Month: February 2022

কি কি তথ্যৰ পৰা বজ্ৰদত্তৰ ৰাজত্বকাল আৰু কৃতিত্বৰ বিষয়ে সবিশেষ জানিব পাৰি?

উত্তৰঃ- খোদিত লিপি, হৰ্ষচৰিত, মহাভাৰত আদি তথ্যৰ পৰা বজ্ৰদত্তৰ ৰাজত্বকাল আৰু কৃতিত্বৰ বিষয়ে সবিশেষ জানিব পাৰি।

কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰে কিহৰ উদ্দেশ্যৰে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল?

উত্তৰঃ- কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্তত যুধিষ্ঠিৰে সম্ৰাট হোৱাৰ উদ্দেশ্যৰে অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল।