উত্তৰঃ- কৃষ্ণৰ উপদেশ অনুসৰি অৰ্জুণে ভগদত্তক কূট-কৌশলেৰে বধ কৰিছিল।
Question and Answer Solution
উত্তৰঃ- কৃষ্ণৰ উপদেশ অনুসৰি অৰ্জুণে ভগদত্তক কূট-কৌশলেৰে বধ কৰিছিল।
উত্তৰঃ- ভগদত্তই কীৰাত, চীনা আৰু সাগৰৰ উপকূলীয় অঞ্চলত বাস কৰা যোদ্ধাৰে গঠিত বিশাল বাহিনীৰে অৰ্জুণৰ সৈতে যুদ্ধত লিপ্ত হৈছিল।
উত্তৰঃ- নিধানপুৰ ফলিৰ বৰ্ণনামতে ভগদত্তই অৰ্জুনৰ সৈতে যুদ্ধত লিপ্ত হৈছিল।
উত্তৰঃ- অতীত অসমৰ খোদিত লিপি, কালিকা পুৰাণ, হৰ্যচৰিত আৰু পৌৰাণিক আখ্যানবোৰত নৰকৰ পুত্ৰ ভগদত্তৰ কাহিনী পোৱা যায়।