Month: February 2022

কৰ পৰা জনা যায় যে কামাখ্যাত পূজা চলি থকা সময়ত নৰকে নিজে দুৱৰী হিচাবে আছিল?

উত্তৰঃ- পুৰাণ আৰু তন্ত্ৰ শাস্ত্ৰৰ পৰা জনা যায় যে কামাখ্যাত পূজা চলি থকা সময়ত নৰকে নিজে দুৱৰী হিচাবে আছিল।

কি দেৱীৰ নামৰ পৰা কামাখ্যা দেৱী আৰু প্ৰাগজ্যোতিষপুৰ নাম কামৰূপ হোৱা বুলি কোৱা হয়?

উত্তৰঃ- যোনি দেৱীৰ নামৰ পৰা কামাখ্যা দেৱী আৰু প্ৰাগজ্যোতিষপুৰ নাম কামৰূপ হোৱা বুলি কোৱা হয়।