উত্তৰঃ- নৰক বিদেহৰ ৰজা জনকৰ ঘৰত লালিত-পালিত হৈছিল সেইকাৰণে তেওঁক ক্ষত্ৰীয় বুলি কোৱা হয়।
Question and Answer Solution
উত্তৰঃ- নৰক বিদেহৰ ৰজা জনকৰ ঘৰত লালিত-পালিত হৈছিল সেইকাৰণে তেওঁক ক্ষত্ৰীয় বুলি কোৱা হয়।
উত্তৰঃ- কালিকাপুৰাণত উল্লেখ আছে যে নৰকে নিজে আৰ্য্য়সকলক প্ৰতিষ্ঠা কৰিছিল।
উত্তৰঃ- নৰকাসুৰে স্বৰ্গৰ ৰজা ইন্দ্ৰক পৰাজয় কৰি মাকৰ কাণৰ কুণ্ডল কাঢ়ি আনিছিল।
উত্তৰঃ- বৰ্মন বংশৰ ৰজাসকলৰ ভূমিদানৰ ফলিৰ পৰা নৰকৰ পিতৃ-মাতৃ পৰিচয়, ৰাজ্য বিজয়, ৰাজত্বকালৰ ইতিহাস, তেওঁৰ উত্তৰাধিকাৰীসকলৰ বিষয়ে বৰ্ণনা পোৱা যায়।