উত্তৰঃ গ্ৰীক কবিসকলৰ আৰু এৰিষ্টটল গ্ৰন্থবোৰ অনুবাদ কৰা হৈছিল ।
Question and Answer Solution
উত্তৰঃ গ্ৰীক কবিসকলৰ আৰু এৰিষ্টটল গ্ৰন্থবোৰ অনুবাদ কৰা হৈছিল ।
উত্তৰঃ পেট্ৰাৰ্কে গ্ৰীক ভাষাৰ আৰু লেটিন ভাষাৰ হাতে লিখা পুথিবোৰ সংগ্ৰহ কৰিছিল ।
উত্তৰঃ মধ্যযুগত খৃষ্টান ধৰ্মৰ কেন্দ্ৰস্থল আছিল কনষ্টাণ্টিনোপল ।
উত্তৰঃ ইউৰোপৰ সকলো দেশতে নৱ ভাৱৰ শক্তিটোৱে মধ্যযুগীয় ধ্যান, ধাৰণা, বিশ্বাস আৰু পদ্ধতিৰ ওপৰত আক্ৰমণ কৰিছিল ।