উত্তৰঃ- ডুবি তামৰ ফলিৰ বৰ্ণনামতে নৰকাসুৰ আছিল শক্তিশালী ৰজা।
Question and Answer Solution
উত্তৰঃ- ডুবি তামৰ ফলিৰ বৰ্ণনামতে নৰকাসুৰ আছিল শক্তিশালী ৰজা।
উত্তৰঃ- নৰকে ভূমি পুত্ৰ হোৱা বাবে তেওঁ প্ৰতিষ্ঠা কৰা বংশটোক ভৌম বংশ বোলা হয়।
উত্তৰঃ- ডুবি আৰু নিবানপুৰ তামৰ ফলিৰ বৰ্ণনামতে কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰি পৃথিৱী (ভূমি) উদ্ধাৰ কৰিছিল।
উত্তৰঃ- নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌম বংশ।