উত্তৰঃ- ঘটকাসুৰৰ সময়ত শ্ৰীকৃষ্ণৰ সহায়ত নৰকে কামৰূপ আক্ৰমণ কৰিছিল আৰু ঘটকক বধ কৰি কামৰূপত এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।
Question and Answer Solution
উত্তৰঃ- ঘটকাসুৰৰ সময়ত শ্ৰীকৃষ্ণৰ সহায়ত নৰকে কামৰূপ আক্ৰমণ কৰিছিল আৰু ঘটকক বধ কৰি কামৰূপত এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।
উত্তৰঃ- মহীৰঙ্গা দানৱৰ উত্তৰাধিকাৰীসকল আছিল হটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ।
উত্তৰঃ- কামৰূপত ৰাজত্ব কৰা প্ৰথমজন অনাৰ্য্য় অসুৰ ৰজা আছিল মহীৰঙ্গা দানৱ।
উত্তৰঃ- ভৰলীৰ পৰা দিক্ৰঙলৈ এই ভাগটোৰ নাম সৌমাৰপীঠ।