উত্তৰঃ- ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ এই ভাগটোৰ নাম স্বৰ্ণপীঠ।
Question and Answer Solution
উত্তৰঃ- ৰূপহী নদীৰ পৰা ভৰলী নদীলৈ এই ভাগটোৰ নাম স্বৰ্ণপীঠ।
উত্তৰঃ- সোণকোষৰ নদীৰ পৰা ৰূপহী নদীলৈ এই ভাগটোৰ নাম ৰত্নপীঠ।
উত্তৰঃ- কৰতোৱা নদীৰ পৰা সোণকোষ নদীলৈ এই ভাগটোৰ নাম কামপীঠ।
উত্তৰঃ- কিছুমান উৎসৰমতে অতীত অসমক চাৰিটা ভাগত ভাগ কৰা হৈছে।