উত্তৰঃ- ৰামায়ণৰ তথ্যমতে অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
Question and Answer Solution
উত্তৰঃ- ৰামায়ণৰ তথ্যমতে অমূৰ্তৰাজে প্ৰাগজ্যোতিষপুৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
উত্তৰঃ- ভূমিদানৰ তামৰ ফলিৰ শেষত গডুৰ, পদ্ম, শঙ্খ আৰু চক্ৰৰ উল্লেখ কৰা হৈছে।
উত্তৰঃ- বৰগঙ্গা শিলালিপিত ভূতিবৰ্মনক ‘পৰমভাগৱত’ বুলি সম্বোধন কৰা হয়।
উত্তৰঃ- সুৰেন্দ্ৰ বৰ্মণৰ উমাচল শিলালিপিত ভগৱান বলভদ্ৰৰ উল্লেখ আছিল।