Month: February 2022

কি পুৰাণত প্ৰাগজ্যোতিষৰ ৰজা বিষ্ণুৰ পুত্ৰ নৰকৰ জন্ম কোকমুখতীৰ্থত হোৱা বুলি প্ৰমাণ কৰে?

উত্তৰঃ- ব্ৰহ্মাপুৰাণত প্ৰাগজ্যোতিষৰ ৰজা বিষ্ণুৰ পুত্ৰ নৰকৰ জন্ম কোকমুখতীৰ্থত হোৱা বুলি প্ৰমাণ কৰে।

কি পুৰাণৰ মতে বিষ্ণুৰ বাসস্থান হিমালয়ত ‘কোকামুখস্বামীন’ নামৰ এটা মন্দিৰ আছে আৰু তাত এটা মূৰ্তিও আছে?

উত্তৰঃ- বৰাহ পুৰাণৰ মতে বিষ্ণুৰ বাসস্থান হিমালয়ত ‘কোকামুখস্বামীন’ নামৰ এটা মন্দিৰ আছে আৰু তাত এটা মূৰ্তিও আছে।