উত্তৰঃ- কালিকাপুৰাণে বিষ্ণু-বসুদেৱৰ পূজাৰ বিস্তৃত ব্যাস্যা কৰাৰ উপৰিও আৰু অসমৰ বিভিন্ন ঠাইত তেওঁৰ পাঁচটা অৱতাৰৰ পূজা প্ৰচলন থকা ইঙ্গিত দিয়ে।
Question and Answer Solution
উত্তৰঃ- কালিকাপুৰাণে বিষ্ণু-বসুদেৱৰ পূজাৰ বিস্তৃত ব্যাস্যা কৰাৰ উপৰিও আৰু অসমৰ বিভিন্ন ঠাইত তেওঁৰ পাঁচটা অৱতাৰৰ পূজা প্ৰচলন থকা ইঙ্গিত দিয়ে।
উত্তৰঃ- কৃষ্ণ নামটো চন্দোগ্য উপনিষদত উল্লেখ কৰা হৈছিল।
উত্তৰঃ- বিষ্ণু-কৃষ্ণৰ উপাসক সকলকে ভাগৱত ধৰ্মৰ সেৱক বোলা হয়।
উত্তৰঃ- মহাভাৰত আৰু ভাগৱত পুৰাণত বিষ্ণু-কৃষ্ণৰ পৌৰাণিক কাহিনীৰ বিস্তৃত বৰ্ণনা আছে।