উত্তৰঃ- ১৭০৭ চনত ঔৰাংগজেৱৰ মৃত্যু হৈছিল ।
Question and Answer Solution
উত্তৰঃ- ১৭০৭ চনত ঔৰাংগজেৱৰ মৃত্যু হৈছিল ।
উত্তৰঃ- আকবৰৰ তিনিজন সফল উত্তৰাধিকাৰী আছিল- জাহাংগীৰ, ছাহজাহান আৰু ঔৰাংগজেৱ ।
উত্তৰঃ- বহুতে ভৱা মতে মোগল সম্ৰাটসকলৰ ভিতৰত আটাইতকৈ মহান সম্ৰাট হ’ল-জালালুদ্দিন আকবৰ ।
উত্তৰঃ- ১৫৫৫ চনত হুমায়ুনে ছুৰসকলক পৰাভূত কৰিছিল ।