Month: February 2022

পানীৰ সংৰক্ষণ কি কি ব্যৱস্থা ল’ব পৰা যায়?

উত্তৰঃ ১। বৰষুণৰ পানী কৰ্ষণ ২। পানী বাগৰি ষোৱা হ্ৰসকৰণ ৩। শুকাই ষোৱাত বাধা দিয়া ৪।পানীৰ পুনৰ ব্যৱহাৰ ৫। পানীৰ অপচয়ত বাধা দিয়া ৬। জলপ্ৰদূষণ নিয়ন্ত্ৰণ ৭। কঠোৰ আইন বলব কৰা ৮। সজাগতা কাৰ্যসূচী কৰা

উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ কি কি?

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল ধ্বংসৰ প্ৰধান কাৰণসমূহ হ’ল ১। কাঠৰ উদ্যোগ ২। বনাঞ্চল এলেকা কৃষি ভূমিকা ৰুপান্তৰ ৩। পথ, দলং উদ্যোগ আদিৰ আন্তঃ গাথনি নিৰ্মাণৰ কৰ্যকলাপ ৪। অবৈধ অনুপ্ৰবেশকাৰীৰ দ্বাৰা বেদখলট ৫। বনজ সম্পদৰ অবৈধ আহৰণ ৫। বনাঞ্চলত বন্য জীৱ-জন্তুৰ চোৰাং চিকাৰ