উত্তৰঃবৃহৎ উপভোক্তা চাৰিটা ভাগত ভগাব পাৰি সেইকেইটা হ’ল ১। তৃণভোজী ২। মাংশভোজী ৩। সৰ্ব ভক্ষী ৪। মৃতদেহ আৰু গেলাপচাভোগী
Question and Answer Solution
উত্তৰঃবৃহৎ উপভোক্তা চাৰিটা ভাগত ভগাব পাৰি সেইকেইটা হ’ল ১। তৃণভোজী ২। মাংশভোজী ৩। সৰ্ব ভক্ষী ৪। মৃতদেহ আৰু গেলাপচাভোগী
উত্তৰঃ যিবোৰ জীৱ-জন্তুৱে উৎপাদক সকলৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে আহাৰ উপভোগ কৰে সিহঁতক বৃহৎ উপভোক্তা বুলি কোৱা হয়।
উত্তৰঃ এই উপভোক্তা দুই প্ৰকাৰৰ (১) বৃহ উপভোক্তা আৰু ক্ষুদ্ৰ উপভোক্তা।
উত্তৰঃ এই শ্ৰেণীৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে।ইহঁতে ইহঁতে আহাৰ পৰা সংগ্ৰহ কৰে।গতিকে ইহঁতৰ কোৱা হয় উপভোক্তা।