ইটালীখন কোনে শাসন কৰিছিল ? Posted on 12/02/202212/02/2022 by Puspa Kakati উত্তৰঃ ইটালীখন ভাইচৰয় ইউগিন বিউহাৰনাইয়ে শাসন কৰিছিল ।
ফ্ৰিডেলেণ্ডৰ যুদ্ধত কিমান চনত প্ৰুছিয়াৰ সম্ৰাটক নেপোলিয়নে পৰাজয় কৰিছিল ? Posted on 12/02/202212/02/2022 by Puspa Kakati উত্তৰঃ ফ্ৰিডেলেণ্ডৰ যুদ্ধত ১৮০৭ চনৰ ১৪ জুনত প্ৰুছিয়াৰ সম্ৰাটক নেপোলিয়নে পৰাজয় কৰিছিল ।
8.গোলকীয় উষ্ণতা কি ? ইন্ধনৰ দহনত উৎপন্ন হোৱা ক্ষতিকাৰক দ্ৰব্য সমূহৰ বিষয়ে চমুকৈ লিখাঁ। Posted on 12/02/202212/02/2022 by Puspa Kakati
7.বল মানে কি বুজা ? স্পৰ্শ আৰু অস্পৰ্শ বলবোৰ কি কি ? মাধ্যাকৰ্ষণ বল মানে কি ? বায়ুমণ্ডলীয় চাপ কি ? Posted on 12/02/202212/02/2022 by Puspa Kakati