উত্তৰঃ সাতবছৰ বয়সত গান্ধীজীয়ে পোৰবন্দৰতে থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।
Question and Answer Solution
উত্তৰঃ সাতবছৰ বয়সত গান্ধীজীয়ে পোৰবন্দৰতে থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।
উত্তৰঃ গান্ধীজীৰ পিতৃ কৰমচান্দ গান্ধী আৰু মাতৃ পুতুলীবাঈ গান্ধী আছিল।
উত্তৰঃ গান্ধীজীৰ জন্ম ১৮৬৯ চনত পোৰবন্দৰত হৈছিল।
উত্তৰঃ ড॰ ভূপেন হাজৰিকাৰ জয় জয় নৱজাচ বাংলাদেশ জয় জয় মুক্তিবাহিনী গানটো শ্বেখ মজিবুৰ ৰহমানৰ দ্বাৰা স্থাপিত পিপলছ ৰিপাব্লিক অৱ বাংলাদেশ’ ৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল।