Month: February 2022

পৰিবেশ কেইটা অংশত বিভক্ত আৰু কি কি?

উত্তৰঃ পৰিবেশক চাৰিটা অংশত বিভক্ত সেইকেইটা হ’ল ১। এট’স্ফিয়্যাৰ বা বায়ুমণ্ডলয। ২।হাইড্ৰ’স্ফিয়্যাৰ বা জলমণ্ডল। ৩। লিথ’স্ফিয়্যাৰ বা ভূমণ্ডল। ৪। বায়’স্ফিয়্যাৰ বা জীৱমণ্ডল।