উত্তৰঃ- গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ।
Question and Answer Solution
উত্তৰঃ- গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত বিষ্ণুৰাম মেধি অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ।
উত্তৰঃ- ১৯৫০ চনত গোপীনাথ বৰদলৈৰ দেহাৱসান ঘটিছিল ।
উত্তৰঃ- ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পাছত চাৰ আকবৰ হাইদৰী অসমৰ ৰাজ্যপাল হৈছিল ।
উত্তৰঃ- ১৯০৩ চনত ‘অসম এছচিয়েশ্যন’ৰ জন্ম হৈছিল ।