উত্তৰঃ- স্বাধীন অসমত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰি প্ৰথম মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ।
Question and Answer Solution
উত্তৰঃ- স্বাধীন অসমত গোপীনাথ বৰদলৈয়ে কংগ্ৰেছ মন্ত্ৰীসভা গঠন কৰি প্ৰথম মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে ।
উত্তৰঃ- ১৯৪২ চনত ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ হৈছিল ।
উত্তৰঃ- আইন অমান্য আন্দোলনৰ পৰৱৰ্তী সময়ত ১৯৩৫ চনত ভাৰত শাসন আইন গৃহীত হৈছিল ।
উত্তৰঃ- ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰিবৰ বাবে গান্ধীজী লণ্ডনলৈ গৈছিল ।