উত্তৰঃ- ১৯৩০ চনত দাণ্ডীত লোণ আইন ভঙ্গ কৰি গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল ।
Question and Answer Solution
উত্তৰঃ- ১৯৩০ চনত দাণ্ডীত লোণ আইন ভঙ্গ কৰি গান্ধীজীয়ে আইন অমান্য আন্দোলনৰ নেতৃত্ব দিছিল ।
উত্তৰঃ- ১৮৮৫ চনত ভাৰতৰ জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল ।
উত্তৰঃ- ডিব্ৰুগড় নগৰৰ জনসংখ্যা ১৮৭২ চনত ২৭৭৪ জন আছিল ।
উত্তৰঃ- ১৮৭৫ চনৰ ভিতৰত চিলঙত ছীফ কমিচনাৰৰ বাসগৃহ, ডাকঘৰ,ছপাশাল ইত্যাদিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল ।