উত্তৰঃ হোলবাক এজন নাস্তিক আছিল ।
Question and Answer Solution
উত্তৰঃ হোলবাক এজন নাস্তিক আছিল ।
উত্তৰঃ ১৭৮৪ চনৰ ৩০ জুলাইত এই মহান ব্যক্তিজনৰ মৃত্যু হৈছিল ।
উত্তৰঃ জিন জেকুচ ৰুছো ১৭১২ চনত জেনেভাত জন্মগ্ৰহণ কৰিছিল ।
উত্তৰঃ সুবিধা ভোগ কৰা আৰু সুবিধাৰ পৰা বঞ্চিত হোৱা শ্ৰেণী দুটাৰ মাজত ঘৃণা আৰু হিংসা বৃদ্ধি হৈছিল ।