অজৈৱিক অথবা ভৌতিক পৰিৱেশক কিমানটা বৰ্গত ভাগ কৰিব পাৰি আৰু কি কি।

উত্তৰঃ অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি।সেইকেইটা হ’ল

১।ভূলমণ্ডল (কঠিন)

২।জনমণ্ডল (তৰল)

৪।বাযুমণ্ডল গ্ৰেছ)