ইংলেণ্ডৰ ৰজা সপ্তম হেনৰী আৰু অষ্টম হেনৰীৰ প্ৰকৃততে এই দুয়োজন ৰজাকে কি বুলি কোৱা হয় ?

উত্তৰঃ ইংলেণ্ডৰ ৰজা সপ্তম হেনৰী আৰু অষ্টম হেনৰীৰ প্ৰকৃততে এই দুয়োজন ৰজাকে ‘ৰেনেচাঁ ৰজা’ বুলি কোৱা হয় ।