কালিকাপুৰাণে কিহৰ ব্যাস্যা কৰাৰ উপৰিও আৰু কিহৰ ইঙ্গিত দিয়ে?

উত্তৰঃ- কালিকাপুৰাণে বিষ্ণু-বসুদেৱৰ পূজাৰ বিস্তৃত ব্যাস্যা কৰাৰ উপৰিও আৰু অসমৰ বিভিন্ন ঠাইত তেওঁৰ পাঁচটা অৱতাৰৰ পূজা প্ৰচলন থকা ইঙ্গিত দিয়ে।